অসম

লিডুত ধূমুহাত বিধ্বস্ত বিদ্যালয় গৃহ


প্ৰথম খবৰ ,লিডু,৩ মে : কালি সন্ধিয়া হঠাতে অহা প্ৰচণ্ড ধুমুহা বৰষুণত মাৰ্ঘেৰিটাৰ বহু অঞ্চলত ক্ষতিসাধন কৰে। ২ নং ডিবংস্থিত ভানুদয় প্ৰাথমিক বিদ্যালয়খন ধূমুহাত সম্পূৰ্ণ ৰূপত বিধ্বস্ত হয় ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close