অসম

শত্ৰু হ’লেও মোদীক আদৰিছোঁ, পৰেশ বৰুৱাৰ ফোন

নিউজ ডেক্স, প্ৰথম খবৰ: সততে ঔপনিবেশিক শাসক হিচাপে কেন্দ্ৰক গালি পাৰি থকা পৰেশ বৰুৱাই প্ৰশংসা কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক। ধলা-শদিয়া সেতু সুধাকণ্ঠ ভূপেন হাজৰিকাৰ নামত উছৰ্গা কৰাত সন্তুষ্টি ব্যক্ত কৰিছে আলফা (স্বাধীন)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই। গুৱাহাটীত অৱস্থিত ছেটেলাইট নিউজ চেনেল নিউজ লাইভলৈ ফোন কৰি এই কথা বৰুৱাই প্ৰকাশ কৰা বুলি বাতৰি সম্প্ৰচাৰ কৰিছে চেনেলটোৱে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close