অসমউত্তৰ পূব

শান্তিপূৰ্ণভাৱে পাৰ হ’ল পূব চিয়াং জিলা বন্ধ


প্ৰথম খবৰ,চিলাপথাৰ: নতুনকৈ গঠিত অৰুণাচল প্ৰদেশৰ নামনি চিয়াং জিলা আৰু পূব চিয়াং জিলাৰ ত্ৰুটিপূৰ্ণ সীমা বিবাদকলৈ আজি সদৌ আদি ছাত্ৰ সন্থাই আহ্বান কৰা ১২ ঘন্টীয়া পূব চিয়াং জিলা বন্ধ শান্তিপূৰ্ণ ভাৱে পাৰ হয় ৷ বন্ধ অৰুণাচল প্ৰদেশৰ আদি জনজাতি বসতিপূৰ্ণ কিছু অঞ্চল নতুনকৈ সৃষ্টি হোৱা জিলাৰ পৰা বাদ দি পূৰ্বৰ পূবচিয়াং জিলাতে থাকিব লাগে বুলি সন্থাই দাবী কৰে ৷

Related Articles

Leave a Reply

Close