অসম

শিঙিমাৰীত পথ দুৰ্ঘটনা

 

প্ৰথম খবৰ,শুৱালকুছি: কামৰূপৰ শিঙিমাৰীত পথ দুৰ্ঘটনা। তীব্ৰ বেগী ওৱেগেনাৰে খুণ্ডা মাৰে বিদ্যুতৰ খুঁটাত। গুৱাহাটীৰ পৰা হাজো অভিমুখী আছিল বাহনখন। আৰোহী কুলেন্দ্ৰ তালুকদাৰ আহত। ঘৰ নাৰেংগীত। গাড়ী নং- AS 01 BQ 2277

Related Articles

Leave a Reply

Close