অসম

শোণিতপুৰৰ চাৰিদুৱাৰত বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰাসহ দুজনক আটক


প্ৰথম খবৰ,বালিপৰা, ১মে’: অসম-অৰুণাচল সীমান্তৱৰ্তী ভালুকপুঙৰপৰা এ এছ ১২ কে ২৬৩৬ নম্বৰৰ ইণ্ডিকা ইচি এছ গাড়ীখনৰে তেজপুৰলৈ আজি আবেলি সুৰাখিনি আনি থকা অৱস্থাত চাৰিদুৱাৰ থানাৰ সন্মুখত চাৰিদুৱাৰ আৰক্ষীয়ে সুৰাখিনি জব্দ কৰে। লগতে, সুৰা কঢ়িয়াই অনা তেজপুৰৰ পৰুৱাৰ ক্ৰমে মজিবুৰ ৰহমান আৰু ৰিয়াজুল ইছলামক আৰক্ষীয়ে আটক কৰে। জব্দ হোৱা সুৰাখিনিৰ মুল্য লক্ষাধিক টকা হ’ব ৷

Related Articles

Leave a Reply

Close