অসম

সন্ধান লাভ তেজপুৰৰ নিৰুদ্দিষ্ট বিমানৰ

প্ৰথম খবৰ,তেজপুৰ: তেজপুৰৰ পৰা ৬০ কিলোমিটাৰ উত্তৰ দিশত সন্ধান লাভ চুখয়-৩০ বিমানখনৰ৷ অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাৰ ৰূপাইৰ সমীপত ভূপতিত হোৱাৰ সম্ভেদ লাভ কৰিছে বায়ু সেনা বাহিনীয়ে ৷ বায়ুসেনা আৰু ভাৰতীয় সেনা বাহিনীয়ে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান ৷

Related Articles

Leave a Reply

Close