অসম

সাপেখাতীত পথ দুৰ্ঘটনা

প্ৰথম খবৰ, সোণাৰি: সোণাৰিৰ সাপেখাতীত পথ দুৰ্ঘটনা৷ বৰটিমন পথত বাইকৰ খুন্দাত এগৰাকী বৃদ্ধা নিহত৷ বৃদ্ধাগৰাকীৰ নাম সন্ধ্যা মজুমদাৰ৷ হুন্দা চাইনখনৰ নম্বৰ এ এচ ০৪ আৰ ৪৯১৩। বাইক আৰোহী জনৰ নাম ৰক্তীম বৰুৱা৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close