অসম

সাৱধান, নকল কণীয়ে চানি ধৰিলে গোৱালপাৰাৰ বজাৰ

প্ৰথম খবৰ , আগিয়া: ৰঙা চিনৰ ভেজালী দ্ৰৱ্যৰে ভৰি পৰিছে সমগ্র ভাৰতৰ বজাৰ। ইতিমধ্যে প্লাষ্টিকৰ চাউল বন্ধাকবিয়ে বজাৰৰ বিভিন্ন স্থান দখল কৰাৰ লাগে লগে আজি কিছুদিনৰ পৰা নকল কণীয়ে গোৱালপাৰা বজাৰ চানি ধৰাৰ বাতৰি পোৱা গৈছে । প্ৰাপ্ত বাতৰি মতে আজি গোৱালপাৰা বজাৰৰ পৰা বামুনপাৰা নিবাসী মনালিছা দাসে খাবলৈ অনা কণী কেইটা সিজাওটে ওলাই পৰে উৰহী গছৰ উৰ । কণীটোৰ ৰূপ সাইলাখ একে যদিও ভালকৈ অনুভৱ কৰিলে বুজি পাওঁ। কিন্তু এনেদৰে কণী বজাৰত বিক্ৰী হৈ থাকিলে প্ৰতিজন নাগৰিকে যে অসুস্থ হৈ পৰিব সেয়া ধুৰুপ । গতিকে জিলা প্ৰশাসনে ইয়াৰ উচিত পদক্ষেপ ল’বলৈ ৰাইজে দাবী কৰিছে ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close