অসম

স্ব-গৃহত উপস্থিত হৈ আৱেগিক ৰাজাবাবু

প্ৰথম খবৰ,বিহপুৰীয়া: সদ্য ষোষিত উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাত ৰাজ্যখনৰ ভিতৰত প্ৰথম স্থান লাভ কৰা ৰাজাবাবু শইকীয়া যোৱা নিশা ১০-৩০ ধলপুৰৰ স্বগৃহত উপস্থিত হয় ৷ ইপিনে মেধাসম্পন্ন ছাত্ৰ গৰাকীক আদৰিবৰ বাবে অধীৰ অগ্ৰহেৰে স্বগৃহত উপস্থিত থকা অগনন লোক দেখি ৰাজাবাবু আবেগিক হৈ পৰে ৷ স্থানীয় বিভিন্ন দল সংগঠন ৰাজাবাবুক উষ্ম আদৰণি জনায় ৷ তদুপৰি ছাত্ৰ গৰাকীৰ পিতৃ মাতৃও নিজৰ ভগাপজাঁত অগনন লোক দেখি  আৱেগিক হৈ পৰে ৷

Related Articles

Leave a Reply

Close