অসম

হাইমাদ্ৰাছাত তৃতীয় স্থান পাচলি বিক্ৰী কৰা ৰুহুলৰ

প্ৰথম খবৰ,শালবাৰী: পাচলি বিক্ৰী কৰি অধ্যয়ন কৰা বৰপেটাৰ ৰৌমাৰীৰ দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা কৃষক আব্দুল মালিক আৰু আয়ছা খাতুনৰ কনিষ্ঠ পুত্ৰ ৰুহুল আমিনৰ হাইমাদ্ৰাছাত তৃতীয় স্থান দখলেৰে বৃহৎ সাফল্য। ৰুহুলে অসমীয়াত ৪০, ইংৰাজীত ৮০, গনিতত ৮২, সাধাৰণ বিজ্ঞানত ৮৪, সমাজ বিজ্ঞানত ৯০, আৰবীত ৯৭ আৰু ফিকা এণ্ড আকুআইদ বিষয়ত ৪৫ নম্বৰেৰে মুঠ ৫১৪ নম্বৰ লাভ কৰি তৃতীয় স্থান অধিকাৰ কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close