অসমশীৰ্ষ

হাগ্ৰামা মহিলাৰীক স্বৰ্গদেউ সৰ্বানন্দ সিংহ বঁটা প্ৰদান

প্ৰথম খবৰ,ডিব্ৰুগড়/চাবুৱা: স্বৰ্গদেউ সৰ্বানন্দ সিংহ দিৱস অাৰু মটক সাংস্কৃতিক সমাৰোহৰ অাজি জেৰাই অাঞ্চলিক ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত মুকলি সভাত সশস্ত্ৰ বিপ্লৱৰ পৰা ৰাজনীতিত প্ৰৱেশ কৰা বি টি চি প্ৰধান হাগ্ৰামা মহিলাৰীক ”স্বৰ্গদেউ সৰ্বানন্দ সিংহ বঁটা” প্ৰদান কৰে অসমৰ মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালে ৷

Related Articles

Leave a Reply

Close