অসম

হাফলঙতো ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা দিৱস পালন

প্ৰথম খবৰ,হাফলং,১১ মে’: ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে হাফলঙতো আজি পালন কৰা হয় ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা দিৱস ৷ উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্বশাসিত পৰিষদৰ শিক্ষা বিভাগৰ উদ্যোগত আৰু ৪৩ নং আছাম ৰাইফলচৰ সহযোগত হাফলঙৰ সাংস্কৃতিক প্ৰতিষ্ঠানৰ প্ৰেক্ষাগৃহত পালন কৰা হয় এই দিৱস ৷ উক্ত অনুষ্ঠানত উপস্থিত থাকে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্বশাসিত পৰিষদৰ শিক্ষা বিভাগৰ কাৰ্যবাহী সদস্য শিলা ৰূপচী, আৰক্ষী অধীক্ষক বিবেকৰাজ সিং, ডিফু চৰকাৰী মহাবিদ্যালয়ৰ অধ্যাপক ৰেনু গুপ্তা, ৪৩ নং আছাম ৰাইফলচৰ কামাণ্ডেন্ট কৰ্ণেল গগন পাণ্ডেকে ধৰি কেবাজনো বিশিষ্ট ব্যক্তি ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close