অসম

হালাকুৰাত বেষমা উৎসৱৰ সামৰণি

প্ৰথম খবৰ ,হালাকুৰা :আন বছৰৰ দৰে এইবেলিও বৃহত্তৰ হালাকুৰা বেষমা উৎসৱ উদযাপন সমিতিৰ সৌজন্যত ১৮বাৰ্ষিক বেষমা উৎসৱ ধুমধামেৰে উদযাপন কৰা হল ।  ১ আৰু ২ মে’ত বেষমা উৎসৱ হালাকুৰা ছুপাৰ মাৰ্কেটৰ প্ৰাংগনত উদযাপন কৰা হয়। সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ কণ্ঠশিল্পী ভূপতি ভূষণ বৰ্মা, বাংলাদেশৰ শিল্পী সবিতা ৰায়, উত্তৰবংগৰ কণ্ঠশিল্পী কল্পনা ৰায় আৰু হালাকুৰাৰ প্ৰবীৰ চৰকাৰ।

Related Articles

Leave a Reply

Close