অসম

হোজাইত দুই শিশুৰ সলিল সমাধি

প্ৰথম খবৰ,হোজাই: হোজাইৰ আমলিপুখুৰী ৰিজাৰ্ভত অঘটন। একে ঘৰৰ দুটাকৈ শিশু পুখুৰীত গা ধুবলৈ গৈ সলিল সমাধি। বিদ্যালয়ৰ পৰা আহি দুই ছাত্ৰই ঘৰৰ সমীপত থকা এটা পুখুৰীত গা ধুবলৈ গৈ বহু সময় উভতি নহাত মাতৃয়ে বিচাৰি নোপোৱাত হাহাকাৰ সৃষ্টি হয়। পিচত বহু সময়ৰ অন্তত পুখুৰীত বিচাৰি পানীৰ তলৰ পৰা উদ্ধাৰ কৰিলে শিশু দুটি ৷ একে মাতৃৰ দুই শিশু ১১ বছৰীয়া যুৱৰ আহমেদ আৰু ৯ বছৰীয়া চালমন আহমেদ ক্ৰমে যোগীজান জাতীয় বিদ্যালয়ৰ সপ্তম আৰু পঞ্চম শ্ৰেণীৰ ছাত্ৰ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close