অসম

হোজাইত নিজ মাতৃৰ দ্বাৰা সন্তানক হত্যাৰ চেষ্টা

প্ৰথম খবৰ,হোজাই: হোজাইৰ মইনাপুৰত জঘন্য ঘটনা। মাতৃয়ে কৰিলে নিজ দুই শিশুক হত্যাৰ চেষ্টা। গুৰুতৰভাৱে আহত ৪ বছৰীয়া আৰু ৯ মহীয়া শিশু দুটি । হোজাই প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত ভৰ্তি কৰা হয় শিশু দুটিক ৷ আনহাতে ৰাইজে নিশাই আটক কৰি নিষ্ঠুৰ মাতৃ পম্পী বণিকক গছত বান্ধি থৈ গতালে আৰক্ষীক। স্বামী শংকৰ বণিকৰ মতে পত্নীৰ লগত ওচৰৰ এজন যুৱকৰ লগত অবৈধ সম্পৰ্ক কৰিআহিছিল। যাৰ পাৰিবাৰিক কন্দলৰ পৰিণতিত ঘটনাটো সংঘটিত হয় ৷

Related Articles

Leave a Reply

Close