অসম

ৰঙিয়াত পথ দূৰ্ঘটনা

প্ৰথম খবৰ,ৰঙিয়া: ৰঙিয়াৰ বালাগাওঁৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত কিছু সময় পূৰ্বে সংঘটিত এক মটৰ চাইকেল দুৰ্ঘটনাত এজন লোক গুৰুতৰভাৱে আহত হয়। ঘাইপথৰ মাজত থকা ডিভাইডাৰত খুন্দা মাৰি লোকজন বাগৰি পৰে। তেওঁক অচেতন অৱস্থাত ৰঙিয়া অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি কৰা হয়। আহত লোকজনক ৰঙিয়া চিৰাখুন্দিৰ মৃণাল দেৱনাথ বুলি চিনাক্ত কৰা হৈছে ৷

Related Articles

Leave a Reply

Close