অসম

ৰঙিয়াত লোমহৰ্ষক ডকাইতি

প্ৰথম খবৰ,ৰঙিয়া: কামৰূপ জিলাৰ ৰঙিয়াৰ ধুলাবড়ীত নিশা লোমহৰ্ষক ডকাইতি। পিষ্টল, ডেগাৰ দেখুৱাই ডকাইতৰ দলে লুটি নিলে ১ লাখ ২৬ হাজাৰ টকা সহ আ-অলংকাৰ। ঘটনাস্থলীত আৰক্ষী উপস্থিত। ৰহমান আলীৰ ঘৰত সংঘটিত হৈছে এই কাণ্ড। উল্লেখনীয় যোৱা দেওবাৰ আলীৰ কন্যাৰ বিবাহ সম্পন্ন হৈছিল। বিয়াৰ সামগ্ৰী সমূহ ঘৰত থকা বুলি জানি ডকাইতৰ আক্ৰমণ বুলি পৰিয়ালৰ সন্দেহ ৷

Related Articles

Leave a Reply

Close