অসম

ৰঙিয়াত অচিনাক্ত মৃতদেহ উদ্ধাৰ

 প্ৰথম খবৰ, ৰঙিয়া: ৰঙিয়া ৰে’লৱে ষ্টেচনৰ সমীপত সামূহিক ভৱনৰ পিছপিনে আজি দিনৰ ভাগত এগৰাকী বয়োজেষ্ঠ লোকৰ মৃতদেহ উদ্ধাৰ হয়। লুঙ্গী আৰু গেঞ্জী পৰিহিত লোকজনৰ বয়স আনুমানিক ৭০ বছৰ হ’ব । আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটীলৈ পঠিয়াই দিছে। মৃতদেহৰ শৰীৰত কোনো আঘাতৰ চিন নথকাত মৃত্যুৰ কাৰণ জনাটো সম্ভৱ হোৱা নাই।

Related Articles

Leave a Reply

Close