অসম

ৰঙিয়াত ধাৰাবাহিক ধন লুট, ব্যৰ্থ আৰক্ষী

প্ৰথম খবৰ, ৰঙিয়া: পুনৰ দিন দুপৰতে ৰঙিয়াৰ মাজমজিয়াৰপৰা মটৰ চাইকেলেৰে অহা দুজনীয়া দুৰ্বৃত্তৰ দলে কেইবালাখ টকা সহ বহু নথি পত্ৰ লুটি লৈ যায়।  ৰঙিয়া আৰক্ষীৰ চূড়ান্ত নিস্ক্ৰিয়তাৰ সুযোগ লৈ এনে কাণ্ড সংঘটিত কৰাৰ অভিযোগ তুলিছে একাংশই। প্ৰতিষ্ঠিত ব্যৱসায়ী অজয় আগৰৱালাই ঘৰৰপৰা দোকান অভিমুখে গৈ থকা অৱস্থাত শান্তিপুৰ পথৰপৰা ধনখিনি লুট হয়। পৰিতাপৰ কথা আজি কিছুদিন ধৰি থানাৰ চিচিটিভি কেমেৰা বিকল হৈ থকাত আৰক্ষীয়ে সূত্ৰ লাভ কৰাৰপৰা বঞ্চিত হ’ল ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close