অসম

ৰহাত অগ্নিকাণ্ড

প্ৰথম খবৰ, চাপৰমুখ : ৰহাৰ গছপৰাত অগ্নিকাণ্ড । কৃষ্ণকান্ত কাকতিৰ বাসগৃহৰ লগত থকা ব্ৰইলাৰ ফ্ৰামৰ পৰা অগ্নিকাণ্ড সংঘটিত হৈ বাসগৃহতো অগ্নি সংযোগ হৈ ভস্মীভূত হয়। অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close