অসম

ৰাভা হাছং পৰিষদত হিতাধিকাৰিৰ মাজত সামগ্ৰী বিতৰণ

প্ৰথম খবৰ, দুধনৈ: দুধনৈ RHAC সচিবালয় প্ৰাঙ্গণত আজি পৰিষদৰ স্বাস্থ্য পৰিয়াল কল্যান বিভাগ, কৃষি আৰু সমবায় বিভাগৰ জড়িয়তে ৪(চাৰি)খন টাটা চুমো এম্বুলেঞ্চ, ৬খন TATA ACE, ১৮ খন পাৱাৰ টিলাৰ, আৰু কামৰূপ গোৱালপাৰা জিলাৰ ২০ খন স্বাস্থ্য কেন্দ্ৰলৈ বিচনা, সামগ্ৰী তথা চিকিৎসা সামগ্ৰী বিতৰণ কৰা হয়। ৰাভা  হাছং পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা আৰু অন্যান্য কাৰ্যবাহী সদস্যই ২০১৬/১৭ ইং বিত্তীয় বৰ্ষৰ অনুদানেৰে এই সামগ্ৰী সমুহ বিতৰণ কৰে।

Related Articles

Leave a Reply

Close