অসম

ৰূপহীহাটত আটক ১১টাকৈ জুৱাৰী

প্ৰথম খবৰ নগাওঁ: নগাওঁ জিলাৰ ৰূপহীহাটত আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়  ১১টাকৈ জুৱাৰীক ৷ ধৃত জুৱাৰী কেইজনে IPLৰ নামত চলাইছিল জুৱাৰ ৰমৰমীয়া বেহা ৷ জুৱাৰীকেইজনৰ পৰা আৰক্ষীয়ে ৭২ হাজাৰ টকাৰ লগতে চাৰিটা মোবাইল জব্দ কৰে ৷ ASP অসীমা কলিতাৰ নেতৃত্বত চলিছিল এই অভিযান।

Related Articles

Leave a Reply

Close