অসম

অসম লোক সেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত যোৰহাট টীয়কৰ ৰশ্মি প্ৰকাশৰ ত্ৰয়োদশ স্থান

প্ৰথম খবৰ,জাঁজী: অসম লোকসেৱা আয়োগৰ ২০১৫ বৰ্ষৰ সংযুক্ত প্রতিযোগিতা মুলক পৰীক্ষাৰ অসম অসামৰিক সেৱাত ত্রয়োদশ স্থান লাভ কৰি যোৰহাটৰ টীয়ক অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিলে ৰশ্মি প্ৰতাপে । টীয়ক জহাখাট নিবাসী ভানু প্ৰতাপ আৰু দিপালী শৰ্মাৰ দুহিতা ৰশ্মি প্ৰতাপে দিল্লী বিশ্ববিদ্যালয়ৰ পৰা এম.বি.এ. ডিগ্ৰী লাভ কৰি সম্প্ৰতি গোৰোখপুৰ বিশ্ববিদ্যালয়ত পি.এইচ. ডি কৰি আছে ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close