অসমশীৰ্ষ

আকৌ বানৰ তাণ্ডৱ ঢকুৱাখনাৰ ঘিলামৰা মেলেকীত

প্ৰথম খবৰ, ঢকুৱাখনা: জীয়াধল আৰু কুমতীয়া নদীৰ বাঢ়নী পানীয়ে জ্বলাকলা খুৱাইছে ঘিলামৰা মেলেকীবাসী ৰাইজক।  মেলেকীবাসী ৰাইজৰ দুখ কোনে বুজিব। এতিয়া জীয়াধল আৰু কুমতীয়া নদীৰ বাঢ়নী পানীয়ে তাণ্ডৱ চলাইছে ঢকুৱাখনা ঘিলামৰা মেলেকীত। ধাৰাষাৰ বৰষুণৰ ফলত আজি মেলেকী ৰাইজে দুৰ্ভোগ ভুগিবলগীয়া হৈছে।

Related Articles

Leave a Reply

Close