অসম

আনন্দবজাৰত উত্তপ্ত পৰিস্থিতি

প্ৰথম খবৰ,শালবাৰী: বাক্সাৰ আনন্দ বজাৰত উত্তপ্ত পৰিস্থিতি। গোৱৰ্দ্ধনা-আনন্দ বজাৰ সংযোগী পথ অৱৰোধ স্থানীয় ৰাইজৰ । হত্যাকাৰীক গ্ৰেপ্তাৰ কৰাৰ দাবীত এই প্ৰতিবাদ । উল্লেখ্য যে, কালি বাক্সাৰ আনন্দ বজাৰ হাটখোলাত কয়মাৰী গাঁওৰ চামান আলীক কোনো দুৰ্বৃত্তই চোকা অস্ত্ৰৰে নৃশংশভাৱে হত্যা কৰি পেলাই থৈছিল পথাৰৰ মাজত ৷

Related Articles

Leave a Reply

Close