অসম

আমগুৰিত অবৈধ সুৰা জব্দ

প্ৰথম খবৰ,আমগুৰি: কমিছনৰ অংকত বোন্দাপৰ দি থকা আমগুৰি আমগুৰি আবকাৰিৰ নিষ্ক্ৰিয়তাৰ সুযোগ লৈ আমগুৰিৰ অলিয়ে গলিয়ে গঢ়ি উঠিছে অবৈধ সুৰাৰ দোকান। আজি তেনে এখন দোকানৰ পৰা বৃহৎপৰিমানৰ সুৰা শিৱসাগৰৰ পৰা অহা এটা আবকাৰীৰ উচ্চ পৰ্যায়ৰ দলে জব্দ কৰে।আমগুৰিৰ এই অবৈধ সুৰাৰ দোকান খনৰ নাম ড্ৰিমলেণ্ড।

Related Articles

Leave a Reply

Close