অসম

আৰক্ষী থানাত সম্বৰ্ধণা অনুষ্ঠান

প্ৰথম খবৰ, শিমলুগুৰি: আজি শিৱসাগৰ জিলাৰ শিমলুগুৰি আৰক্ষী থানাত গাওঁৰক্ষী বাহিনীৰ থানা সমিতিয়ে শিমলুগুৰি থানা এলেকাৰ VDP ৰ বিষয় ববীয়া, সদস্য – সদস্যা সকলৰ সন্তান সকলক( যি সকলে HSLC আৰু HS finel পৰীক্ষাত প্ৰথম স্থান লাভ কৰিছে) অভিনন্দন জনোৱা হয় । মুঠ ২৯ গৰাকী ছাত্ৰ – ছাত্ৰীক এখন ফুলাম গামোচা আৰু এখন অভিনন্দন পত্ৰৰে শুভেচ্ছা জনোৱা হয়।

Related Articles

Leave a Reply

Close