অসম

ইটানগৰত প্ৰতিবাদত উত্তাল কৰি তুলিছে ৰাজপথ

প্ৰথম খবৰ, ইটানগৰ: বিজেপী চৰকাৰে গো মাংস বন্ধ কৰাক লৈ কংগ্ৰেছ পাৰ্টিৰ কৰ্মী সকলে প্ৰতিবাদত উত্তাল কৰি তুলিছে ৰাজপথ। ‘বিজেপি আতৰোৱা নিজৰ সংস্কৃতি বচোৱা’ আদি শ্ল’গানেৰে উত্তা‌ল কৰি তুলি‌ছে ৰাজপথ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close