অসম

উচ্চতৰ মাধ্যমিকৰ নামভৰ্ত্তিকৰণত চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ৰ বিশেষ পদক্ষেপ

প্ৰথম খবৰ, চিচিবৰগাঁও: “অাৰ্থিক দৈন্যতাৰ বাবে উচ্চ শিক্ষা হেঙাৰ হ’ব নোৱাৰে ৷”- এই উক্তি চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ৰঞ্জিত শইকীয়াৰ। লগতে দৰিদ্ৰ পৰিয়ালৰ সকলো মেধাৱী ছাত্ৰ-ছাত্ৰীকে চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়লৈ আদৰণি জনাইছে বুলি অধ্যক্ষগৰাকীয়ে “প্ৰথম খবৰ”ক জানিবলৈ দিয়ে।

Related Articles

Leave a Reply

Close