অসম

ওডালগুৰিত ড্ৰাগছবিৰোধী দিৱস পালন

প্ৰথম খবৰ,ওদালগুৰি: ওদালগুৰিত আজি ড্ৰাগচ্ বিৰোধী দিৱস পালন কৰা হয় । জিলা প্ৰশাসনৰ উদ্যোগত ড্ৰাগছ বিৰোধী দিৱস উপলক্ষে চহৰখনত আজি দিনৰ দহ বজাত এক ড্ৰাগচ্ বিৰোধী সমদল উলিওৱা হয় । অতি নগন্য সংখ্যক ছাত্ৰ -ছাত্ৰীৰ অংশগ্ৰহণেৰে জিলা প্ৰশাসনৰ দূৰ্লতাকে প্ৰকাশ কৰা বুলি ৰাইজে মন্তব্য কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close