অসম

ওৰাং থানা অাৰু গাঁওৰক্ষী বাহিনীৰ উদ্যোগত ওৰাঙত নাগৰিক সভা অনুষ্ঠিত

প্ৰথম খবৰ, ওৰাং: আগন্তুক ঈদ উপলক্ষে ৰাইজৰ মাজত শান্তি সম্প্ৰতি বজাই ৰখাৰ উদ্দেশ্য অাজি আবেলি ওৰাং থানাত এখন নাগৰিক সভাৰ অায়োজন কৰা হয়। নাগৰিক সভাৰ উপ সভাপতি জয়ৰাম বৰাৰ পৌৰহিত্যত অনুষ্ঠিত নাগৰিক সভাত ওৰাং থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গগণ চন্দ্ৰ ডেকাই ৰাইজক উদ্দেশি বিভিন্ন দল সংগঠনৰ বিষয়ববীয়া উপস্থিত ভাষন দিয়ে।

Related Articles

Leave a Reply

Close