অসম

ওৰাঙত কৃত্ৰিম বানপানী

প্ৰথম খবৰ,ওৰাং: আজি আবেলি অহা এজাক ডবা পিটা বৰষুণৰ ফলত ওৰাং চাৰিআলিৰ মাজ মজিয়াত সৃষ্টি হয় কৃত্ৰিম বানপানীৰ। প্ৰায় এক ঘন্টা ধৰি দি থকা বৰষুণৰ ফলত ওৰাং চাৰিআলিৰ মাজ মজিয়াত হোৱা কৃত্ৰিম বানপানীৰ ফলত ৰাইজৰ যাতায়ত কৰাত বিশেষ অসুবিধাৰ সৃষ্টি হয়। ওৰাং চাৰিআলিত নলা নৰ্দমাৰ সুব্যৱস্থা নথকাৰ ফলত এনেদৰে এজাক বৰষুণতে প্ৰায় সৃষ্টি হয় কৃত্ৰিম বানপানীৰ ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close