অসমশীৰ্ষ

কাজিৰঙাত খড়্গহীন মৃত গড় উদ্ধাৰ

প্ৰথম খবৰ,কাজিৰঙা: কাজিৰঙাত উদ্ধাৰ খৰ্গহীন মৃত গঁড় ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলৰ গেন্দামাৰী বনশিবিৰ এলেকাৰ সাপেখাতী বিলত উদ্ধাৰ কৰে বনকৰ্মীয়ে গঁড়টোৰ মৃতদেহ ৷ উঁৱলি যোৱা মৃত গঁড়টোৰ খৰ্গটো নাই ৷ বনবিভাগে খৰ্গটো পানীত পৰি যোৱাৰ সন্দেহ কৰি খৰ্গটোৰ সন্ধান চলাই আছে ৷ বনবিভাগে গঁড়টোৰ স্বাভাৱিক মৃত্যু হোৱা বুলি প্ৰকাশ কৰিছে ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close