অসম

কামপুৰত ছাত্ৰ সন্ধানহীন

প্ৰথম খবৰ,কামপুৰ: কামপুৰত বিদ্যালয়লৈ আহি ছাত্ৰ সন্ধানহীন। ছাত্ৰজন পূৱ গৰুবাট হৰিটেৰণ হাইস্কুলৰ দিগন্ত বৰা ৷ বুধবাৰে কপিলী নৈৰ চাইবুক গাৱৰ ঘাটৰে পাৰ হৈ বিদ্যালয়লৈ আহিছিল ছাত্ৰজন। কিন্ত বিয়লি ঘৰলৈ ওভতি নোযোৱাত চিন্তাত পৰে পৰিয়ালৰ লোক ৷ ছাত্ৰজনৰ ঘৰ যমুনামুখৰ কমাৰ গাঁৱত ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close