অসমশীৰ্ষ

কৃষ্ণাই নৈত উটি গ’ল ছাত্ৰ

প্ৰথম খবৰ,কৃষ্ণাই: গোৱালপাৰা জিলাৰ কৃষ্ণাইত অঘটন ৷কৃষ্ণাই নদীত গা ধুই থাকোতে উটি গ’ল ছাত্ৰ৷ ছফিকুল ইছলাম(১৮)নামৰ ছাত্ৰ জনক উদ্ধাৰ কৰিবলৈ SDRFৰ উদ্ধাৰ অভিযান অব্যাহত ৷ উদ্ধাৰ হোৱা নাই এতিয়ালৈকে ছফিকুল ইছলামৰ ৷

Related Articles

Leave a Reply

Close