অসম

কৰ্তব্যৰ খাতিৰতে সংহাৰী বানৰ মাজত বালিপৰাৰ সাংবাদিক

প্ৰথম খবৰ, বালিপৰা: কৰ্তব্যৰ বান্ধোনত আৱদ্ধ সাংবাদিক। শোণিতপুৰৰ বালিপৰাৰ জৰাসৰ, মানশিৰি নৈয়ে বালিপৰাৰ বিভিন্ন অঞ্চলত সংহাৰী ৰূপ ধাৰণ কৰাত উপায়হীন ৰাইজ । বানৰ বাবেই ৰাইজৰ আলাই -আথানি নোহোৱা অৱস্থা ।তাৰ মাজতে দায়িত্বৰ খাতিৰত সংহাৰী বানৰ মাজে মাজে বালিপৰাত সাংবাদিকৰ দল। নিজৰ ঘৰো জৰাসৰ নৈৰ পানীয়ে বুৰাই পেলোৱাৰ কথাকো সংবাদৰ দায়িত্ব সম্পাদনৰ বাবে ঘৰুৱা অসুবিধাকো আওকাণ কৰি সংবাদ সংগ্ৰহৰে দায়িত্ব সম্পাদন এইকেইজন সাংবাদিকৰ।এয়াই সাংবাদিকৰ জীৱন, জীৱন দায়িত্বৰ মাদকতা। সাংবাদিকৰ অসুবিধা বুজিবলৈ আছে জানো কোনোবা।

Related Articles

Leave a Reply

Close