অসম

খুমটাই বিধানসভা সমষ্টিৰ মেলামৰাত “বৃক্ষ উৎসৱ” ২০১৭ বাটৰ নাট ” প্ৰদৰ্শন 

প্ৰথম খবৰ, খুমটাই : গোলাঘাট জিলাৰ খুমটাই বিধানসভা সমষ্টিৰ অন্তৰ্গত মেলামৰাত পোন প্ৰথমবাৰৰ বাবে স্থানীয় বিধায়ক মৃণাল শইকীয়া নেতৃত্বত অনুষ্ঠিত কৰা “বৃক্ষ উৎসৱ ২০১৭” ৰ লগত সংগতি ৰাখি সেউজ ধৰণী গুৱাহাটীৰ দ্বাৰা ৰাইজৰ মাজত “বাটৰ নাট “প্ৰদৰ্শন কৰে ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close