অসম

গহপুৰত আছুৰ অভিনন্দন অনুষ্ঠান

প্ৰথম খবৰ,গহপুৰ: গহপুৰ মহকুমা ছাত্ৰ সন্থাই আজি ছয়দুৱাৰ মহাবিদ্যালয়ত মহকুমাৰটোৰ অন্তৰ্গত কৃতি ছাত্ৰ-ছাত্ৰী সকলৰ উজ্জ্বল ভবিষ্যৎ কামনা কৰি অভিনন্দন অনুষ্ঠানে আয়োজন কৰে। এই অনুষ্ঠানত শ্ৰদ্ধাৰ শিক্ষা গুৰু, অভিভাৱকসকলকো সম্বৰ্ধনা জনোৱা হয় ৷

Related Articles

Leave a Reply

Close