অসমগুৱাহাটী

গুৱাহাটীৰ বানত নিহতৰ আত্মীয়ক চাৰি লাখৰ চেক প্ৰদান

প্ৰথম খবৰ, গুৱাহাটী: মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্দেশত গুৱাহাটীৰ বানত বিদ্যুতপৃষ্ট হোৱা স্কুলীয়া ছাত্ৰ পুষান কলিতাক বচাবলৈ গৈ মৃত্যুমুখত পৰা আনোৱাৰ হুছেইনৰ পৰিয়ালবৰ্গক চাৰি লাখ টকাৰ চেক প্ৰদান কৰিছে জিলা প্ৰশাসনে৷ উল্লেখ্য যে, বৃহস্পতিবাৰে কাৰ্যবাহী দণ্ডাধীশৰ দল এটাই এই চেক ৰাজ্য চৰকাৰৰ হৈ প্ৰদান কৰে পৰিয়ালবৰ্গক৷

Related Articles

Leave a Reply

Close