অসম

গোলকগঞ্জত চুলাই মদৰ বিৰুদ্ধে আৰক্ষী অভিযান

প্ৰথম খবৰ,গোলকগঞ্জ: ধুবুৰী জিলাৰ গোলকগঞ্জ আৰক্ষী থানাৰ অন্তৰ্গত গোলকগঞ্জ বজাৰ অঞ্চলত থকা অবৈধ চুলাই মদৰ বিৰুদ্ধে আৰক্ষীৰ অভিয়ান । গোলকগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰুস্তম ৰাজ ব্ৰহ্মৰ নিৰ্দেশমৰ্মে সহকাৰী উপ-পৰিদৰ্শক আব্দুছ ছফুৰৰ নেতৃত্বত আৰক্ষী এটা দলে চুলাই মদৰ বিৰুদ্ধে অভিযান চলায় । আৰক্ষীৰ এই অভিযানৰ খবৰ পাই অবৈধ চুলাই মদৰ ব্যৱসায়ী অভিযানৰ আগতে পলায়ন কৰে ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close