অসম

গোসাঁইগাৱঁত জগন্নাথ ৰথ যাত্ৰা

প্ৰথম খবৰ, গোসাঁইগাওঁ: দেশৰ অন্যন্য প্ৰান্তৰ লগতে আজি কোকৰাঝাৰ জিলাৰ গোসাঁইগাৱঁতো শ্ৰী শ্ৰী জগন্নাথ ৰথ যাত্ৰা উলিওৱা হয় ৷ বিয়লি গোসাঁইগাওঁ নাট মন্দিৰ দিনবন্ধু আশ্ৰমৰ প্ৰাঙ্গণৰ পৰা শ শ শিশু, বৃদ্ধা, বনিতাই ভক্তি ভাৱেৰে অংশ গ্ৰহণ কৰে আৰু শাৰিপাতিকৈ ৰথৰ ৰচি টানি লৈ সদৰ চহৰ খন পৰিভ্ৰমণ কৰে ৷ এই ৰথ যাত্ৰাৰ কাৰ্য্যসূচীত বিভিন্ন জনে নাম প্ৰসংগ কৰি ভক্তি ৰসত নিমজ্জিত হৈ পৰা পৰিলক্ষিত হয় ৷

Related Articles

Leave a Reply

Close