অসম

গোৰেশ্বৰত যোগ দিৱস পালন

প্ৰথম খবৰ,গোৰেশ্বৰ: ৩য় সংখ্যক আন্তৰাষ্ট্ৰীয় যোগ দিৱস গোৰেশ্বৰ আৰু শুৱাগপুৰতো পালন কৰা হয়। গোৰেশ্বৰত বিটিচি ৰ কাৰ্যবাহী সদস্য মহেশ্বৰ বসুমতাৰী, ভাৰতীয় সেনাবাহিনী আৰু অসম পুলিচৰ ভালেমান জোৱানৰ লগতে জেষ্ঠ্য নাগৰিক, ছাত্ৰ ছাত্ৰী আদি প্ৰায় সহস্ৰাধিক লোকে অংশ গ্ৰহন কৰে। শুৱাগপুৰত বিটিচিৰ কাৰ্যবাহী সদস্য গণেশ কছাৰীৰ লগতে ভালেমান ছাত্ৰ ছাত্ৰী উপস্থিত থাকে।

Related Articles

Leave a Reply

Close