অসম

গোৱালপাৰা কাণ্ডক লৈ উত্তপ্ত গোলকগঞ্জ

প্ৰথম খবৰ,গোলকগঞ্জ: আন্দোলনকাৰীক গুলিয়াই হত্যা কৰা গোৱালপাৰা আৰক্ষী আৰু অসম চৰকাৰৰ বিৰুদ্ধে ধুবুৰী জিলা আমছুয়ে গোলকগঞ্জৰ গৌৰং বজাৰ সংলগ্ন ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ অবৰোধ কৰি মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ কৰি ঘটনাৰ উচিত তদন্ত দাবী কৰাৰ লগতে ২৪ ঘন্টাৰ ভিতৰত গোৱালপাৰাৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ডিম্বেশ্বৰ ৰায়ক নিলম্বন কৰি গ্ৰেপ্তাৰ নকৰিলে আমি তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি ধুবুৰী জিলাৰ আমছুৰ সভাপতি আব্দুল বাতেন সেখৰ নিজৰ ফেচবুকৰ জৰিয়তে ছ’চিয়েল মিডিয়াত মন্তব্য প্ৰকাশ কৰিছে ।

Related Articles

Leave a Reply

Close