অসম

গৌৰীপুৰত অগ্নিকাণ্ড

প্ৰথম খবৰ, নিউজ ব্যুৰ’ : গৌৰীপুৰ থানাৰ অন্তৰ্গত দাওভাঙীত নিশা আগ্নিকাণ্ড সংঘটিত হয়। উক্ত অগ্নিকাণ্ডত এখন মটৰ চাইকেলৰ গেৰেজ সম্পূৰ্ণ ৰূপে ভস্মীভূত।বৰ্তমানে অগ্নি নিয়ন্ত্ৰণাধীন হৈছে। অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই । অগ্নিকাণ্ডত প্ৰায় দুই লাখ টকাৰ ক্ষতি হোৱা বুলি ৰাইজে ধাৰণা কৰিছে ।

Related Articles

Leave a Reply

Close