অসম

চতিয়াত পথ দুৰ্ঘটনা

প্ৰথম খবৰ, চতিয়া: চতিয়াৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথত সংঘটিত হয় এক পথ দুৰ্ঘটনা। চতিয়াৰ খনাগুৰিত সংঘটিত হয় এই দুৰ্ঘটনা। মটৰ চাইকেলৰ আৰোহীক মহতিয়াই দ্ৰুত বেগী ট্ৰাকে । ট্ৰাকৰ পলায়ন। গুৰুতৰ ভাবে আহত মটৰ চাইকেলৰ আৰোহী ৩ জনক ততালিকে বিশ্বনাথ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ।

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close