অসমশীৰ্ষ

চাপৰত অস্ত্ৰসহ কে এল অ সদস্য আটক

প্ৰথম খবৰ চাপৰ : চাপৰত অস্ত্ৰসহ কে এল অ সদস্য আটক ৷ চৈবাৰী চাহ বাগিচাৰ পৰা আটক হোৱা সদস্য জন থানেশ্বৰ ৰায় বুলি চিনাক্ত ৷ সদস্য জনৰ ঘৰ কোকৰাঝাৰত । এটা AK 47,মেগজিন আৰু দুখন খুকুৰী জব্দ । অস্ত্ৰ বিক্ৰী কৰিবলৈ আহি চাপৰ আৰক্ষী আৰু সেনাৰ ডোগ্ৰা ৰেজিমেন্টৰ হাতত গ্ৰেপ্তাৰ হয় সদস্য জন।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close