অসম

চিচিবৰগাঁৱত বন্ধৰ প্ৰভাৱ সৰ্বাত্মক

প্ৰথম খবৰ, চিচিবৰগাঁওঃ ধেমাজি জিলাৰ চিমেন চাপৰি থানাৰ অন্তৰ্গত ডেকাপামৰ হিৰণ্য দলে আৰু লখিমপুৰ জিলাৰ নাওবৈছাৰ গুলজাৰ খানক অচিনাকি দুৰ্বৃত্তই হত্যা কৰাৰ প্ৰতিবাদত লখিমপুৰ লোকসভা সমষ্টিৰ যুৱ কংগ্ৰছে আজি দিয়া ২৪ ঘন্টা বন্ধৰ প্ৰভাৱ বিশেষভাৱে পৰাৰ পৰিলক্ষিত হয়। হত্যাকাৰীক কৰায়ত্ব কৰি শীঘ্ৰে উচিত শাস্তি দিয়াৰ প্ৰতিবাদত দিয়া বন্ধ কাৰ্যসূচীৰ ফলস্বৰূপে শিক্ষানুষ্ঠানসমূহ বন্ধ থাকে আৰু বাতৰি লিখা পৰলৈকে দোকান পোহাৰ সকলো বন্ধ থকাৰো পৰিলক্ষিত হয়।

Related Articles

Leave a Reply

Close