অসম

চিলাপথাৰ কাণ্ডৰ গোচৰ চলোৱাৰ অনুমতি ৰাজ্য চৰকাৰৰ

প্ৰথম খবৰ, চিলাপথাৰ : চিলাপথাৰ কাণ্ডত ৫৫জন অভিযুক্তৰ গোচৰ চলোৱাৰ অনুমতি প্ৰদান কৰিলে ৰাজ্য চৰকাৰে। ৩ জুনত ধেমাজি আৰক্ষীয়ে চাৰ্জশ্বীট দাখিল কৰাৰ পিছত আজি ৰাজ্য চৰকাৰে অনুমতি প্ৰদান কৰিছে গোচৰ চলোৱাৰ ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close