অসম

জাঁজীত ধুমুহাত বিস্তৰ ক্ষতি: উৰুৱাই নিলে ঘৰ

প্ৰথম খবৰ,জাঁজী: যোৱা নিশা এজাক প্ৰলয়ংকাৰী ধুমুহাই শিৱসাগৰ জিলাৰ জাঁজী খাটোৱাল গাঁৱৰ কেৱাটাও পৰিয়ালৰ বিস্তৰ ক্ষতি কৰে ।ধুমুহাই ম’ৰাবজাৰ গাওঁ পঞ্চায়তৰ অন্তৰ্গত খাটোৱাল গাঁৱৰ প্রয়াত লোকনাথ দত্ত আৰু যাদৱ দত্তৰ বাসগৃহৰ ওপৰৰ অংশ উৰুৱাই নিয়াৰ লগতে গাওঁ খনৰ আন কেইবাটাও পৰিয়ালৰ ক্ষতিসাধন কৰে ।

Related Articles

Leave a Reply

Close