অসম

জোনাইত বানৰ তাণ্ডৱ

প্ৰথম খবৰ,চিমেন চাপৰি: ধাৰাসাৰ বৰষুণৰ ফলত পাহাৰীয়া খৰস্ৰোতা দিখাৰী আৰু বুঢ়ীসূঁতী নদীৰ বানত জলমগ্ন জোনাই ৷ মহকুমাটোৰ ৰামধন দিখাৰী গাঁও পঞ্চায়তৰ ১ নং, ২ নং, ৩ নং জামুগুৰী ,১ নং, ২ নং উলুৱনী, লংকা, নলাপাৰা, মলান মাল, মলান ৰাভা, বিঞ্চুপুৰ,উলুৱনী জয়পুৰ , উলুৱনী মাজগাঁও আদি কৃষিপ্ৰধান গাঁৱবোৰ জলমগ্ন হৈ পৰিছে। বানৰ কবলত শস্য পথাৰ, বাট পথসমূহো বুৰ যোৱাত পশুধনৰ তীব্ৰ খাদ্য সংকটৰ সৃষ্টি হৈছে ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close